চুক্ৰিয়া (ধন্যবাদ) হৈছে বিগত ৭৫ বছৰত বিত্তীয় সেৱা খণ্ডটোক ৰূপান্তৰিত কৰিবলৈ এই খণ্ডৰ সকলো স্তৰতে কাম কৰা লোকসকলৰ প্ৰতি আগবঢ়োৱা এক সামূহিক কৃতজ্ঞতা । ক’ভিড-১৯ মহামাৰীৰ সময়ত ব্যতিক্ৰমী নিষ্ঠা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি, বিত্তীয় সেৱা খণ্ডৰ কৰ্মীসকল আন যিকোনো খণ্ডৰ দৰেই ফ্ৰণ্ট লাইন কৰ্মী আছিল আৰু অপৰিসীম প্ৰত্যাহ্বানৰ মাজতো এই খণ্ডটোক আগবঢ়াই নিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here